About Us

স্বাগতম 'দিলশিৰি - দৃষ্টি সদায় স্পষ্ট' লৈ!আমাৰ এই ব্লগটোৰ মূল উদ্দেশ্য হৈছে আপোনালোকলৈ সাহিত্য, সংস্কৃতি আৰু বিভিন্ন লাগতিয়াল তথ্যসমূহ অসমীয়া ভাষাত আগবঢ়োৱা।আমি সদায় চেষ্টা কৰোঁ যাতে আমাৰ পাঠকসকলে সহজ সৰল ভাষাত সকলো কথা বুজি পাব পাৰে। আপোনাৰ মৰম আৰু সহহাৰিয়ে আমাক সদায় অনুপ্ৰাণিত কৰে।ধন্যবাদ!

Post a Comment