দেৰগাঁও এটা মূল পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।

 


ডিজিটেল সংবাদ, গোলাঘাট ; দেৰগাঁও এটা মূল পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।দেৰগাঁও নগৰৰ পৰা চিকাৰী ঘাট সংযোগী পথত এতিয়া একআঠু পানী।দিচৈ চাৰি আলিৰ এই পথ চোৱাত সৃষ্টি হৈছে বৃহৎ পুখুৰী।প্ৰতিদিনে সহস্ৰাধিক লোক আহ যাহ কৰে এই পথেদি। ছাত্ৰ ছাত্ৰী ৰোগীয়া লোক পাৰ এই সদা ব্যস্ত পথেদি অহা যোৱা কৰি আহিছে যদিও যমৰ যান্ত্ৰানা ভূগি আহিছে ৰাইজে ।স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক ৰাইজে পথটি নিমাৰ্ণৰ বাবে আহ্বান জনাই আহিছে যদিও কোনো ধৰনৰ কান শাৰ নাই বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ । বাৰিষাৰ পিছত আজিও দুৰ্ভোগ ভুগিছে স্থানীয় লোকৰ লগতে পথ চাৰীয়ে।সমাগত দুৰ্গা পূজা স্থানীয় লোকে পূজা উদযাপন কৰিবলৈ লোৱা মণ্ডপৰ সন্মুখত এনে অৱস্থা।

Post a Comment

Previous Post Next Post